উক্ত সভাত IT Cellৰ গুৰুত্বতা আৰু প্ৰচাৰ – প্ৰসাৰ সম্পৰ্কে পুংখানুপুংখভাৱে বক্তব্য আগবঢ়াই R News India 24ৰ প্ৰতিষ্ঠাপক শিৰোমণি দলে ডাঙৰীয়াই।আনহাতে, গেজিক গেৰ’, চৃঃচাং অটচুৰ আৰু সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচন, আগন্তুক মিচিং স্বায়ত্বশাসিত পৰিষদ নিৰ্বাচনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰাৰ লগতে মহিলা সমাৰোহ অনুষ্ঠিত কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়।